দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ সকলোবোৰ প্ৰশ্ন-উত্তৰ তলত দিয়া হৈছে । পাঠটিৰ নামত ক্লিক কৰি পাঠটোৰ প্ৰশ্নাৱলী আৰু অনুশীলনীৰ গোটেইবোৰ প্ৰশ্ন-উত্তৰ পঢ়িব আৰু লিখিব পাৰিবা । (Table No. 2) তলৰ তালিকাখনত গৈ MCQ প্ৰশ্ন চাব পাৰিবা ।
| Table No. 2 | MCQ & Important Questions |
| Chapter No. | Chapter Name |
| ১ | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ |
| ২ | এচিড, ক্ষাৰক আৰু লৱণ |
| ৩ | ধাতু আৰু অধাতু |
| ৪ | কাৰ্বন আৰু তাৰ যৌগ |
| ৫ | মৌলৰ পৰ্য্যাবৃত্ত শ্ৰেণী বিভাজন |
| ৬ | জীৱন প্ৰক্ৰিয়া |
| ৭ | নিয়ন্ত্ৰন আৰু সমন্বয় |
| ৮ | জীৱই কেনেকৈ বংশবিস্তাৰ কৰে ? |
| ৯ | বংশগতি আৰু ক্ৰমবিকাশ |
| ১০ | পোৰহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ |
| ১১ | মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী |
| ১২ | বিদ্যুৎ |
| ১৩ | বিদ্যুৎ-প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া |
| ১৪ | শক্তিৰ উৎস সমূহ |
| ১৫ | আমাৰ পৰিৱেশ |
| ১৬ | প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা |